======================================================================
OpenOffice.org 3.3 ReadMe
======================================================================

এই প্ৰগ্ৰেমটোৰ বিষয়ে এই ফাইলটোত গুৰুত্বপূৰ্ণ তথ্য আছে. অনুগ্ৰহ কৰি কাম আৰম্ভ কৰাৰ আগতে এই তথ্যবোৰ সাৱধানেৰে পঢ়ক. 

OpenOffice.org প্ৰকল্পটোৰ লগত সংযোগ হোৱাৰ বিষয়ে তলৰ খণ্ডবোৰো পঢ়ক.
			
OpenOffice.org সঁচাকৈ বিনামূলীয়া নে ? 
----------------------------------------------------------------------

OpenOffice.org সকলোৰে কাৰণে মুক্ত । আপুনি OpenOffice.org ক লৈ বহুতো কম্পিউটাৰত সংস্থাপন কৰিব পাৰে, আৰু যি কোনো কাৰণে ব্যৱহাৰ কৰিব পাৰে (যেনে বাণিজ্যিক, চৰকাৰী, জনসাধাৰণৰ প্ৰশাসন আৰু পঢ়াৰ কাৰণে ) । অধিক বিৱৰণৰ কাৰণে OpenOffice.org ৰ লগত দিয়া অনুজ্ঞাচুক্তি পত্ৰ চাওক বা
			
OpenOffice.org কিয় মুক্ত ?
----------------------------------------------------------------------

OpenOffice.org ক আপুনি মুক্তভাবে ব্যৱহাৰ কৰিব পাৰে কাৰণ অংশ লোৱা লোকে আৰু কৰপ'ৰেট স্পন্সৰে ডিজাইন, টেস্ট, অনুবাদ, ডকুমেন্ট,সমৰ্থন,মাৰ্কেট আৰু সহায় কৰিছে যাতে OpenOffice.org এই ৰূপত ওলায় - বিশ্বৰ প্ৰমূখ মুক্ত উৎসৰ কাৰ্যালয়ৰ চালনাজ্ঞান হিচাপে ।
			
----------------------------------------------------------------------
ইনষ্টলেছন টোকা
----------------------------------------------------------------------
			
ছিষ্টেমৰ প্ৰয়োজনীয়তাবোৰ:
----------------------------------------------------------------------

* Solaris 10 operating system (x86 platform) or higher
* 256 MB RAM (512 MB RAM recommended)
* 
* X Server with 1024x768 resolution (higher resolution recommended), with at least 256 colors
* Window Manager
* Gnome 2.6 বা ওপৰৰ, gail 1.8.6 আৰু at-spi 1.7 সমৰ্থনৰ সৈতে, assistive technology tools (AT tools) ৰ সমৰ্থনৰ কাৰণে ।

অনুগ্ৰহ কৰি নিশ্চিত হওক যে আপোনাৰ কম্পিউটাৰৰ সাময়িক নিৰ্দেশিকাটোত আপোনাৰ যথেষ্ট স্বতন্ত্ৰ স্মৃতি আছে আৰু পঢ়া, লিখা আৰু চলাৰ প্ৰৱেশৰ অধিকাৰবোৰ অনুমোদিত হৈছে. ইনষ্টলেছন আৰম্ভ কৰাৰ আগতে অন্য সকলোবোৰ প্ৰগ্ৰেম বন্ধ কৰক.
			
----------------------------------------------------------------------
মজিলা এড্রেছ বুক ড্ৰাইভাৰ
----------------------------------------------------------------------

মজিলা এড্রেছ বুক ড্ৰাইভাৰটোৱে SUNWzlib পেকেজটো বিচাৰে. এই পেকেজটো নূন্যতম ছোলাৰিজ অপাৰেটিং ছিষ্টেম ইনষ্টলেছনটোৰ অংশ নহয়. যদি আপুনি মজিলা এড্রেছ বুকটোলৈ প্ৰৱেশ কৰিবলৈ বিচাৰে, তেনেহ'লে ইনষ্টলেছন CD ৰ পৰা "pkgadd" নিৰ্দেশটো ব্যৱহাৰ কৰি আপোনাৰ ছোলাৰিছ অপাৰেটিং ছিষ্টেমটোলৈ এই পেকেজটো যোগ কৰক.
			
----------------------------------------------------------------------
চাবিবোৰৰ ছৰ্টকাট
----------------------------------------------------------------------

প্ৰণালীয়ে ব্যৱহাৰ নকৰা shortcut keys অকল (key combinations)  OpenOffice.org ত ব্যৱহাৰ কৰিব পাৰি । যদি চাবিয়ে OpenOffice.org কাম নকৰে যি OpenOffice.org Help ত কোৱা হৈছে, প্ৰণালীত তাক ব্যৱহাৰ কৰা হৈছে নেকি পৰীক্ষা কৰক । ইয়াৰ সমাধানৰ কাৰণে, প্ৰণালীৰ চাবি সলনি কৰক । বৈকল্পিপকভাবে, আপুনি OpenOffice.org সকলো চাবি সলনি কৰিব পাৰে । ইয়াৰ অধিক তথ্যৰ বাবে, OpenOffice.org Help চাওক বা প্ৰণালীৰ Help ডকুমেন্ট চাওক ।
			
----------------------------------------------------------------------
ফাইল লক কৰি আছে
----------------------------------------------------------------------

সকিয়নি: এই গুনে Solaris 2.5.1 আৰু 2.7 যাক Linux NFS 2.0 ৰ লগত ব্যৱহাৰ কৰা হয়, তাত সমস্যা দিব পাৰে । আপোনাৰ প্ৰণালীত এই স্থিতিমাপ থাকিলে, আপুনি ফাইল লক কৰা গুণ ব্যৱহাৰ নকৰিব । ন'হ'লে, লিনাক্স কম্পিউটাৰৰ পৰা OpenOffice.org এৰে এটা NFS mounted directory ৰ পৰা ফাইল খুলিবলৈ সি হেঙ্ হ'ব ।
			
----------------------------------------------------------------------
গুৰুত্বপূৰ্ণ অভিগমৰ টোকা
----------------------------------------------------------------------
			
----------------------------------------------------------------------
ৰেজিষ্ট্ৰেছন 
----------------------------------------------------------------------

ইয়াক সংস্থাপন কৰাৰ সময়ত minimal Product Registration প্ৰক্ৰিয়া সম্পূৰণ কৰিবলৈ অলপ সময় দিয়ক । এইটো বৈকল্পিপক হ'লেও, আপুনি পঞ্জিকৰণ কৰক, কাৰণ তেতিয়া সমষ্টিয়ে ভাল software suite বনাব পাৰে আৰু ব্যৱহাৰকৰোঁতাৰ সমস্যা সমাধান কৰিব পাৰে । ইয়াৰ Privacy Policy ৰে, আপোনাৰ ব্যক্তিগত তথ্যক OpenOffice.org Community য়ে ৰক্ষা কৰিবলৈ চেষ্টা কৰে । সংস্থাপনত পঞ্জিকৰণ এৰি গ'লে, আপুনি যি কোনো সময়তে ঘূৰি আহি পঞ্জিকৰণ কৰিব পাৰে "Help > Registration" মূখ্য তালিকাৰ পৰা নিৰ্ব্বাচন কৰি ।
			
----------------------------------------------------------------------
ব্যৱহাৰকৰ্তাৰ জৰীপ
----------------------------------------------------------------------

অনলাইন এটা User Survey আছে যি আপোনাক সম্পূৰণ কৰিবলে আমি আগ্ৰহ কৰো । User Survey ফলাফলে OpenOffice.org ক সহায় কৰিব next-generation office suite সৃষ্টি কৰিবলৈ সহায় কৰিব । ইয়াৰ Privacy Policy ৰে, OpenOffice.org Community য়ে আপোনাৰ ব্যক্তিগত তথ্য ৰক্ষা কৰিবলৈ চেষ্টা কৰে ।
			
----------------------------------------------------------------------
ব্যৱহাৰকৰ্তাৰ সমৰ্থন
----------------------------------------------------------------------

Za podršku unutar zajednice OpenOffice.org korisnika u Srbiji posetite http://sr.openoffice.org/podrska.html . Dopisna lista na srpskom jeziku je dostupna na e-adresi users@sr.openoffice.org. Posetite prethodnu stranicu da saznate o pretplati na listu i pretražite javno dostupnu arhivu.

За подршку унутар заједнице OpenOffice.org корисника у Србији посетите http://sr.openoffice.org/podrska.html . Дописна листа на српском језику је доступна на е-адреси users@sr.openoffice.org. Посетите претходну страницу да сазнате о претплати на листу и претражите јавно доступну архиву.

OpenOffice.org ৰ ৱেব ছাইটট IssueZilla আছে, আমাৰ প্ৰতিবেদনৰ প্ৰক্ৰিয়া, ট্ৰেকিং আৰু বাগ আৰু সমস্যা সমাধান কৰা । আমি সকলো ব্যৱহাৰকৰোঁতাক সমস্যা প্ৰতিবেদন কৰিবলৈ আগ্ৰহ কৰোঁ আৰু কোনো স্থাপত্যত হোৱা সমস্যা প্ৰতওবেদন কৰিবলৈ । বলবৎ প্ৰতিবেদন কৰা অতি গুৰুত্বপূৰ্ণ অংশ যি ব্যৱহাৰকৰোঁতাৰ সমষ্টিয়ে অংশ ল'ব পাৰে ইয়াৰ বিকাশত ।
			
----------------------------------------------------------------------
জড়িত হৈ আছে
----------------------------------------------------------------------

এই গুৰুত্বপূৰ্ন মুক্ত উৎসৰ পৰিকল্পনাত OpenOffice.org Community য়ে বহুতো লাভ পাব আপোনাৰ সক্ৰিয় অংশ গ্ৰহণৰ পৰা ।

ব্যৱহাৰকৰ্তা হিচাপে আপুনি ইতিমধ্যে বিকাশ প্ৰক্ৰিয়া সমষ্টিটোৰ এটা মূল্যবান অংশ আৰু আমি আপোনাক সম্প্ৰদায়টোলা দিঘলীয়া বৰঙণি দিওঁতাৰ দৃষ্টিৰে অধিক সক্ৰিয় ভূমিকা লোৱাত উত্সাহিত কৰিবলৈ বিচাৰো. অনুগ্ৰহ কৰি যোগদান কৰক আৰু ব্যৱহাৰকৰ্তাৰ পৃষ্ঠা চাওঁক: 
			
আৰম্ভ কৰিবলৈ পথ 
----------------------------------------------------------------------

অলশ লোৱাৰ ভাল ওপায় হ'ল একাধিক পত্ৰ প্ৰেৰণ তালিকালৈ বৰঙনি দি, অলপ ৰখি, আৰু তাৰ আৰ্কাইভ ব্যৱহাৰ কৰক যাতে আপুনি OpenOffice.org উৎসৰ কোড October 2000 ত মুক্ত কৰা সংস্কৰণক জানক । ভাল পালে, আপোনাৰ বিষয়ে কৈ এটা ঈ-মেইল পঠিয়াব লাগে আৰু আৰম্ভ কৰক । আপুনি Open Source Projects জানিলে, আমাৰ To-Dos তালিকা চাওক আৰু আপুনি সহায় কৰিব বিচৰা পৰিকল্পনা চাওক
			
অনুমোদন কৰিব পাৰে
----------------------------------------------------------------------

* খবৰ: announce@openoffice.org *সকলো ব্যৱহাৰকৰ্তালৈ অনুমোদন কৰা হৈছে * (পাতল ট্ৰেফিক) 
* Main user forum: user@openoffice.org *easy way to lurk on discussions* (heavy traffic) 
* বিপণন প্ৰজেক্ট: dev@marketing.openoffice.org *বিকাশৰ আঁতৰত* (গধুৰ হৈছে) 
* সাধাৰণ ক'ড বৰঙণি যোগাওঁতাৰ তালিকা: dev@openoffice.org (মধ্যমীয়া/গধুৰ) 
			
এটা বা বেচি প্ৰজেক্ট সংযোগ কৰক
----------------------------------------------------------------------

যদিও আপোনাৰ ছফটৱেৰ ডিজাইন বা ক'ডিং অভিজ্ঞতা সীমিত এই গুৰুত্বপূৰ্ণ অপেন উত্স প্ৰজেক্টটোলৈ আপুনি অধিক পৰিমাণৰ বৰঙণি আগবঢ়াব পাৰে. হয়, আপুনি! 

কিছুমান প্ৰকৃত মূল ক'ডিং প্ৰজেক্টলৈ স্থানীয়কৰণ, পৰ্টিং আৰু গ্ৰুপৱেৰত প্ৰসাৰ কৰা প্ৰজেক্টবোৰ আপুনি বিচাৰি পাব. যদি আপুনি এজন বিকাশকৰ্তা নহয় তেন্তে ডকুমেন্টেশ্বন বা বিপণনটো চেষ্টা কৰক. OpenOffice.org বিপণন প্ৰজেক্টটোৱে অপেন উত্স ছফটৱেৰ বিপণন কৰিবলৈ গেৰিলা আৰু পৰম্পৰাগত বাণিজ্যিক কৌশল  প্ৰয়োগ কৰিছে, আৰু আমি ভাষা আৰু সাংস্কৃতিক বাধা নেওচি এইটো কৰিছো, সেইকাৰণে আপুনি কেৱল শব্দটো প্ৰসাৰণ কৰি আৰু এই অফিচ সমষ্টিটোৰ বিষয়ে এজন বন্ধুক কৈয়ে সহায় কৰিব পাৰে. 

নতুন OpenOffice.org 3.3 ৰ লগত কাম কৰি আপুনি ভাল পাব বুলি ভাবিছো আৰু আমাক অনলাইন লগ ধৰিব ।

OpenOffice.org সম্প্ৰদায়
			
----------------------------------------------------------------------
ব্যৱহৃত/ ৰূপান্তৰিত উত্স ক'ড 
----------------------------------------------------------------------

Portions Copyright 1998, 1999 James Clark. Portions Copyright 1996, 1998 Netscape Communications Corporation.